চিয়াচিয়া-চৰিত

চিয়া নাহৰ (Assamese) [ Roman: si.ya na.hor]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-25
1. Tree(Common Noun-Common) Kayea assamica King চিয়া নাহৰ, অসমৰ লক্ষীমপুৰ জিলাৰ ৰঙা নদীৰ ৰঙা ৰিজাৰ্ভ ৰ পৰা আৰম্ভ কৰি দুলুং সোৱনশিৰিৰ মাজত পোৱা যায়, বেলেগত কতো পোৱা নাযায়৷ ইয়াৰ খৰি ৰঙা হয় আৰু উত্তম, কেইডোখৰৰে এসাজ ভাত বনাব পাৰি, সেইকাৰনে ইয়াৰ ব্যৱহাৰ অধিক৷ ইয়াৰ কাঠ সুকাঠি৷ বৰ্তমান ই ধংসৰ গৰাহত৷ এই গছৰ লগত ধুনা গছ হয়৷ ১৯৯৫ চনত পথালি পামত চিয়া নাহৰ খিনি কটাৰ পাচত ধুনা গছ খিনি মৰি গৈছিল৷ ইয়াৰ গুটিত কিউমাৰিন বুলি এবিধ ৰসায়ন পোৱা যায়, যি মেলেৰিয়াৰ মহৌষধ৷ কেন্সাৰ ৰোগৰ বাবেও উত্তম ঔষধি, অসমৰ বাদে ব্ৰহ্মদেশৰ কাচিন অঞ্চলত পোৱা যায়৷